PDF
Sale!

GU BA 4th Sem Philosophy AM

₹129.00 ₹103.20Diwali · Extra 20% OFF applied

📘 BA 4th Semester Philosophy Notes (Assamese Medium)
এই PDF কিতাপখনত BA 4th Semester-ৰ Philosophy (তত্ব) বিষয়ের ৪খন Paper-ৰ সম্পূৰ্ণ নোট অন্তর্ভুক্ত আছে:

  1. Paper 1: PHI – 0400104

  2. Paper 2: PHI – 0400204

  3. Paper 3: PHI – 0400304

  4. Paper 4: PHI – 0400404

💰 মূল্য: ₹129
📩 PDF Format-ত Mail আৰু WhatsApp-এ পঠোৱা হ’ব।
📞 Helpline (Only WhatsApp): 6000879561
📧 Email: shop.mightlearn@gmail.com

🔹 ১বাৰ ক্ৰয় কৰিলে গোটেই ৪খন পেইপাৰৰ নোট একেলগে পাব।
🔹 পাঠ্যপুথিৰ ভিত্তিত তৈয়াৰী, পৰীক্ষাৰ বাবে উপযুক্ত সংক্ষিপ্ত নোট।

SKU: DAP0072 Category: Tag:

S. No

GU BA Solutions for 4th Semester Philosophy- All Paper

Paper Code:: -PHI-0400104

1

[a] দৰ্শনৰ সংজ্ঞা, প্রকৃতি আৰু পৰিসৰ [b] দৰ্শনৰ শাখাসমূহ

2

[a] দ্রব্য: ডেকার্ট, স্পিনোজা, লেইবনিজ

[b] হিউম: কাৰ্যকাৰণ

[c] কাল্টঃ দেশ আৰু কাল

3

[a] অভিজ্ঞতাবাদ, বুদ্ধিবাদ [b] সংশয়বাদ [c] বিচাৰবাদ

4

[a] বাস্তববাদ [b] ভাৱবাদ [c] পৰমব্ৰহ্মবাদ
Paper Code:: PHI-0400204

1

[a] প্রমা আৰু অপ্রমা

[b] প্রামাণ্যবাদ

[c] স্মৃতিৰ বিষয়ে আলোচনা

2

[a] প্রত্যক্ষ: অর্থ, সংজ্ঞা

(ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)

[b] অনুমান: অর্থ, সংজ্ঞা

(ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)

3

[a ] শব্দ: অর্থ, সংজ্ঞা

(ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)

[b] উপমা: অর্থ; সংজ্ঞা (ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)

[c] অর্থাপত্তিঃ অর্থ; সংজ্ঞা (ন্যায়, বৌদ্ধবাদ, জৈন, মীমাংসা, বেদান্ত)

[d] অনুপলব্ধিঃ অর্থ, সংজ্ঞা (ন্যায়, বৌদ্ধবাদ, জৈন, মীমাংসা, বেদান্ত)

4

[a] খ্যাতিবাদঃ অন্যথাখ্যাতি, বিপৰীতখ্যাতি [b] অখ্যাতি, আত্মখ্যাতি [c] সৎখ্যাতি, অনির্বচনীয়খ্যাতি
Paper Code:: PHI-0400304

1

[a] নীতিশাস্ত্ৰৰ পৰিচয়, সংজ্ঞা, প্রকৃতি আৰু পৰিসৰ

[b] নীতিশাস্ত্ৰৰ উপযোগিতা

[c] নীতিশাস্ত্ৰৰ মনোবৈজ্ঞানিক ভিত্তিঃ নৈতিক আৰু নির্নৈতিক ক্রিয়া, ঐচ্ছিক আৰু অনৈচ্ছিক ক্রিয়া

2

[a] নৈতিক ধাৰণা: শুদ্ধ আৰু ভুল, শ্রেয় বা কল্যাণ আৰু বেয়া, কর্তব্য, উচিত, সদ্‌গুণ আৰু অসদগুণ, ন্যায়

[b] নৈতিক বিচাৰঃ নৈতিক বিচাৰৰ প্ৰকৃতি

[c] মূল্যাত্মক আৰু তথ্যমূলক অৱধাৰণৰ মাজৰ পাৰ্থক্য

3

[a] সদাচাৰ নীতিশাস্ত্ৰ বা সদগুণৰ নৈতিক মতবাদ

[b] কর্তব্যমূলক নৈতিক মতবাদ

[c] উপযোগিতাবাদ

4

[a] নীতিশাস্ত্ৰ আৰু স্বাৰ্থ আৰু কৰ্তব্যৰ বিৰোধিতা

[b] স্বাধীনতা আৰু দায়বদ্ধতা

[c] শাস্তি সম্পর্কীয় মতবাদ: প্ৰতিৰোধাত্মক, সংশোধনাত্মক আৰু প্ৰতিশোধাত্মক মতবাদ

Paper Code:: PHI0400404

1

তর্কবিজ্ঞানৰ মৌলিক ধাৰণা (Basic Logical Concepts)

2

নিৰপেক্ষ বচন আৰু অমাধ্যম অনুমান (Categorical Propositions and Immediate Inference)

3

নিৰপেক্ষ ন্যায় (Categorical Syllogism)

4

সাধাৰণ ভাষাত ন্যায় অনুমান (Syllogism in Ordinary Language)
0
    0
    Your Cart
    Your cart is emptyReturn to Shop
    Scroll to Top
    GU BA 4th Sem Philosophy AM₹129.00 ₹103.20Diwali · Extra 20% OFF applied

    MIGHTLEARN BOOK SHOP
    OFFER LIVE

    Diwali Super Sale

    20%
    OFF

    ALL BOOKS

    1–10 NOVEMBER 2026

    OFFER ENDS IN

    00 DAYS
    00 HOURS
    00 MINUTES
    00 SECONDS
    Purchase Your Books →

    shop.mightlearn.com

    Buy Now